Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অহা ৪ নবেম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ” চেক বিতৰণৰ বাবে জামুগুৰিলৈ আগমন সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

অহা ৪ নবেম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ” চেক বিতৰণৰ বাবে জামুগুৰিলৈ আগমন সন্দৰ্ভত পৰ্যালোচনা সভাত অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :26

অহা ৪ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জামুগুৰি বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰত উপস্থিত হৈ “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান” দহ হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰিব। এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আজি নদুৱাৰ আৰু বালিপৰা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধকসকলৰ চাৰিদুৱাৰ কন্যকা ভৱন আৰু এক নং ৰাজগড় “কমিউনিটি হলত” জীৱিকা সখীসকলৰ লগত অনুষ্ঠিত এক পৰ্যালোচনা সভা অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই সভাত নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক জ্যোতিষ্ময় বৰুৱা, বালিপৰা উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক চন্দ্ৰ চেখৰ আচাৰ্য্য, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা, প্ৰমুখ্যে কৰি দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts