Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • আজি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী নিউজিলেণ্ড।
খেল

আজি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী নিউজিলেণ্ড।

Email :13

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আজি টি-২০ বিশ্বকাপৰ ফাইনেল অনুষ্ঠিত হ’ব। ভাৰতীয় ক্ৰিকেট দলে খিতাপ অক্ষুণ্ণ ৰাখি তিনিবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল ৰূপে অভিলেখ গঢ়াৰ লক্ষ্যৰে আৰু নিউজিলেণ্ড দলে এই ফৰ্মেটত প্ৰথমবাৰ বিজয়ী হোৱাৰ উদ্দ্যেশ্যে অৱতীৰ্ণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts