Email :14
অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই মাহৰ ২৮ তাৰিখৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। জিলাসমূহৰ ৰাজহুৱা সভাত দলৰ নেতাসকলে ৰাইজক সম্বোধন কৰিব। প্ৰথম পৰ্যায়ত ৩৪ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হ’ব আৰু ২৮ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ এই পদযাত্ৰা চলিব। দলৰ ভেটি সুদৃঢ় কৰা আৰু ৰাইজৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰা যাত্ৰাৰ উদেশ্য।













