Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অসম

১৬ মাৰ্চত ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচন।

Email :16

ৰাজ্যসভাৰ ৩৭ খন খালী আসন পুৰাবলৈ অহা মাৰ্চ মাহৰ ১৬ তাৰিখে দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা নিৰ্বাচন আয়োগৰ। মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তীশগড়, পশ্চিম বংগ, অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু বিহাৰ এই ৰাজ্যসমূহৰ ৰাজ্যসভাৰ আসন ৰিক্ত হৈ আছে। অসমৰ খালী হৈ থকা আসন হৈছে ৩ খন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts