Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • অসমৰ চলচ্চিত্ৰৰ মহিলা কলা-কুশলী সুবিধাৰ্থে শীঘ্ৰেই নতুনকৈ সংযোজন হ’ব ভেনিটি ভেন ‘জয়মতী’।
অসম

অসমৰ চলচ্চিত্ৰৰ মহিলা কলা-কুশলী সুবিধাৰ্থে শীঘ্ৰেই নতুনকৈ সংযোজন হ’ব ভেনিটি ভেন ‘জয়মতী’।

Email :1

এক বহুদিনীয়া অভাৱ দূৰ কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ প্ৰচেষ্টাত অতি সোনকালেই ভেনিটি ভেন “জয়মতী” মুকলি কৰা হ’ব। এই পদক্ষেপে বিশেষকৈ অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত মহিলা কলা-কুশলী, অভিনেত্ৰী তথা পৰিচালিকাসকলৰ সমস্যা সমাধান কৰিব বুলি আশা কৰা হৈছে। কিয়নো এই বিশেষ বাহনখনত থাকিব তিনিটা বিশেষ কেবিনেট তথা শ্বুটিঙৰ সা-সজুলি ৰখা স্থান আৰু অনচাইড এডিটিং সুবিধা। মহিলাসকলৰ লগতে কলা-কুশলীসকল আৰু অভিনেত্ৰী তথা পৰিচালিকাসকলৰ বাবে টয়লেট তথা লকাৰ ৰূমৰ সুবিধাও থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াই এই ভেনিটি ভেনখন শীঘ্ৰেই উদ্বোধন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts