Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োই ইহলীলা সম্বৰণ কৰে।
অসম

আজি বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োই ইহলীলা সম্বৰণ কৰে।

Email :1

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট বড়ো সাহিত্যিক তৰেণ বড়োৰ ৭০ বছৰ বয়সত মৃত্যু ঘটিছে। গুৱাহাটীৰ উইণ্ট্ৰব হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা সাহিত্যিকগৰাকীয়ে বড়ো ভাষাৰ প্ৰচাৰ তথা প্ৰসাৰ এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তেখেতৰ মৃত্যুত সাহিত্য ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে শোক প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts