Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • যোৱা ১৪ জানুৱাৰী তাৰিখে অসমীয়া পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ শেষ নিশ্বাস ত্যাগ।
গুৱাহাটী

যোৱা ১৪ জানুৱাৰী তাৰিখে অসমীয়া পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ শেষ নিশ্বাস ত্যাগ।

Email :9

বিগত ১২ দিন ধৰি প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱা গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন হৈ আছিল। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত যোৱা ১৪ জানুৱাৰীত তেখেতৰ মৃত্যু ঘটে। সাহিত্য, সামাজিক-ৰাজনৈতিক বক্তৃতা, সংস্কৃতি, বিজ্ঞানৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় প্ৰান্তিকৰ জৰিয়তে পঢ়ুৱৈৰ বাবে মননশীল ৰূপত প্ৰস্তুত কৰিছিল। ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক তথা ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ প্ৰদীপ বৰুৱাৰ মৃত্যুত অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰখনত শূন্যতাৰ সৃষ্টি হ’ল। প্রতিদিন গ্ৰুপৰ এচিভাৰ্ছ বঁটা আৰু সাদিন সাহিত্য আৰু সাংবাদিকতা বঁটাৰ উপৰি কেইবাটাও বঁটাৰে তেখেতে সন্মানিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts