Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ অনুভৱ লাৰ্নিং চেণ্টাৰৰ উদ্যোগত আয়োজিত বিভিন্ন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ অনুভৱ লাৰ্নিং চেণ্টাৰৰ উদ্যোগত আয়োজিত বিভিন্ন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :10

নৰ্থ ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ অনুভৱ লাৰ্নিং চেণ্টাৰৰ উদ্যোগত আয়োজিত বিভিন্ন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেওঁলোকৰ বিভিন্ন কাৰ্যসূচীৰ বাবে চাৰিদুৱাৰ খেলপথাৰ বাকৰিত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা প্ৰত্যক্ষ কৰি মনৰ ভাগৰ ক্ষণিকৰ বাবে হ’লেও যেন পাহৰি আপোন পাহৰা হোৱা বুলি বিধায়কগৰাকীয়ে বক্তব্যত প্ৰকাশ কৰে। তেখেতে লগতে কয় যে শিশুমেলা আৰু খেল প্ৰতিযোগিতা মুকলি কৰি উদ্যোগতাসকলৰ প্ৰচেষ্টা অতি সময়োপযোগী যেন বোধ হৈছে কিয়নো আজিৰ যুগত অধিকাংশ শিশুই খেল বুলি ক’লে মোবাইল গেমৰ সৈতেহে অধিক পৰিচিত। সমান্তৰালভাৱে নামেৰী ক্ৰীড়া কেন্দ্ৰ উদ্বোধন কৰাৰ কৰি তেখেতে মন্তব্য কৰে যে অহা প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত বিভিন্ন সা-সুবিধা দিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts