Email :14
৭ জানুৱাৰী তাৰিখে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গোৰ্লোছাই কৰা ঘোষণা অনুসৰি ফিফা বিশ্বকাপ ট্ৰফী প্ৰথমবাৰ ১৩ জানুৱাৰীত অসমলৈ অনা হ’ব। বিয়লি ৩ বজাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুৰাগীৰ বাবে ৰাজহুৱা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংস্কৃতিক অনুষ্ঠানৰ সন্ধিয়া ৮ বাজি ৩০ মিনিটত শুভাৰম্ভণি কৰিব।













