Email :14
আজি নিৰ্বাচনী ৰণদুন্দুভি বজালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। দেৱাল লিখনিৰে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীৰ কুচ-কাৱাজ আৰম্ভ কৰে বিধায়কগৰাকীয়ে। তেখেতে এই প্ৰচেষ্টা নদুৱাৰ সমষ্টিৰ উন্নয়ন আৰু ৰাইজৰ বাবে বুলি কোৱাৰ লগতে আই অসমীৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাই তেওঁৰ লক্ষ্য বুলি স্পষ্টকৈ উল্লেখ কৰে।













