Email :14
আজি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ জ্যোতি-বিষ্ণু অন্তৰ্জাতিক কলা মন্দিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে। এই প্ৰেক্ষাগৃহ ২৯১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৰু ৫ হাজাৰ লোকে আসন গ্ৰহণৰ সুবিধা আছে।