২২ ডিচেম্বৰ তাৰিখে বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত মধ্য অসম মণ্ডলৰ (বিএলএ-১) দ্বিতীয় পৰ্যায়ৰ মাণ্ডলিক কৰ্মশালা এছ আৰৰ অগ্ৰগতি আৰু ইয়াৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰিবলৈ মধ্য অসম জ’ন ভিত্তিক আয়োজিত এখন কৰ্মশালাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপি অসম প্ৰদেশৰ মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু জি, ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বৰচলা, ৰঙাপাৰা, চামগুৰি, নগাঁও সমষ্টিৰ বিধায়ক সকল তথা অন্যান্য মণ্ডলৰ সভাপতি/ সভানেত্ৰী সকল, জিলাৰ সভাপতি/ সভানেত্ৰী সকলৰ প্ৰমুখ্যে কৰি দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকলৰ সৈতে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।













