Email :13
আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হয় এক নিযুক্তি পত্ৰ বিতৰণৰ বিশেষ কাৰ্যসূচী। অসমৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন কাৰিকৰী আৰু কাৰিকৰী পদত নিযুক্তি লাভ কৰিবলৈ সফল হোৱা ৩,৪২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে।













