Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • শিক্ষা
  • একাদশ তথা দ্বাদশ শ্ৰেণীৰ কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক পাঠ্যক্ৰম সাজু কৰিব শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে।
শিক্ষা

একাদশ তথা দ্বাদশ শ্ৰেণীৰ কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক পাঠ্যক্ৰম সাজু কৰিব শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে।

Email :9

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি পৰিকল্পনাৰ বাবে এক নিবেদিত পাঠ্যপুথি বিকাশ দল গঠন কৰিছে বুলি শিক্ষা মন্ত্ৰালয়ে সংসদত জনাইছে। লোকসভাত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ ৰূপে শিক্ষা মন্ত্ৰালয়ে উল্লেখ কৰে যে এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ আৰু বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এন চি এফ-এছ ই) ২০২৩ ৰূপায়ণৰ এক অংশ। ডিজিটেল অৰ্থনীতিৰ বাবে প্ৰয়োজনীয় উন্নত এ আই আৰু কম্পিউটেচনেল চিন্তাৰে ছাত্ৰ-ছাত্ৰীক দক্ষ কৰি তুলিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰে সদৰি কৰিছে ৰাষ্ট্ৰীয় শিক্ষা সংস্কাৰৰ সৈতে সংগতি ৰাখি ২০২৬–২৭ চনৰ শিক্ষা বৰ্ষৰ তৃতীয় শ্ৰেণীৰ পৰা সকলো বিদ্যালয়তে এআই শিক্ষা প্ৰৱৰ্তন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts