Email :17
উত্তৰ-পূৰ্বাঞ্চল এতিয়া সাৰ উৎপাদনতো আত্মনিৰ্ভৰশীল হ’ব কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপৰ আমোনিয়া-ইউৰিয়া প্লাণ্টৰ ভূমি পূজন কৰে। ১০,৬০০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে ২০৩০ চনৰ ভিতৰত আৰম্ভ হ’বলগীয়া এই প্ৰকল্পটোৱে ৩০০ ৰো অধিক প্ৰত্যক্ষ আৰু ১০০০ৰো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।













