Email :12
অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় শেহতীয়াকৈ মুকলি হোৱা শ্বহীদ স্মাৰকত। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উচ্চপদস্থ বিষয়াৰ সৈতে প্ৰধানমন্ত্ৰীয়ে শ্বহীদ গেলেৰী পৰিদৰ্শন কৰে য’ত আন্দোলনৰ শ্বহীদসকলৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে।













