Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯১ সংখ্যক বিদ্যালয় সপ্তাহ তথা বঁটা বিতৰণী সভাত অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯১ সংখ্যক বিদ্যালয় সপ্তাহ তথা বঁটা বিতৰণী সভাত অংশগ্ৰহণ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :14

ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯১ সংখ্যক বিদ্যালয় সপ্তাহ তথা বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই শিক্ষানুষ্ঠানখনে স্থানীয় ল’ৰা-ছোৱালীক মানৱ সম্পদ ৰূপে গঢ় দিবলৈ এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে বুলি বিধায়কগৰাকীয়ে নিজৰ বক্তব্যত স্বীকাৰ কৰে। উক্ত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অতিৰিক্ত শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কাৰ্যসূচী সম্পন্ন কৰি, এই অতিৰিক্ত শ্ৰেণীকোঠাই ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি আশা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts