Email :20
আজি শ্বহীদ দিৱসৰ দিনা শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰখনৰ শুভ উদ্বোধন কৰে। উক্ত স্থানত আগন্তুক দিনত ৫০০ খন আসনযুক্ত এটা প্রেক্ষাগৃহৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা তেখেতে উল্লেখ কৰে। অসমীয়া জাতিৰ বুৰঞ্জীৰ সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে এটা ডিজিটেল পুথিভঁৰাল গঢ়াৰ ইচ্ছা কথাও তেখেতে প্ৰকাশ কৰে।













