Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • নাগালেণ্ড
  • ২০২৫ ৰ হৰ্ণবিল ফেষ্টিভেলত প্ৰথম সপ্তাহত ১.৩৮ লাখ দৰ্শকৰ আগমনে সৃষ্টি কৰে নতুন অভিলেখ।
নাগালেণ্ড

২০২৫ ৰ হৰ্ণবিল ফেষ্টিভেলত প্ৰথম সপ্তাহত ১.৩৮ লাখ দৰ্শকৰ আগমনে সৃষ্টি কৰে নতুন অভিলেখ।

Email :14

নাগালেণ্ড চৰকাৰৰ পৰ্যটন সঞ্চালকালয়ে অৱগত কৰে যে ২৬ সংখ্যক হৰ্ণবিল মহোৎসৱত প্ৰথম সপ্তাহত ১,৩৮,৫৯০ লোকৰ সমাগম হৈছে। কিছামাৰ নগা ঐতিহ্য গাঁৱত আয়োজিত এই মহোৎসৱৰ ১০ ডিচেম্বৰ ২০২৫ ত সামৰণি পৰিব। পৰম্পৰাগত নগা সংগীত, কলা, শিল্পকলা, খাদ্য আৰু জনজাতীয় ঐতিহ্য প্ৰসাৰত এই মহোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts