Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • উত্তৰ নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত উত্তৰ আৰু পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন আৰু যুৱ ভোটাৰ সন্মিলনখনত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
অসম

উত্তৰ নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত উত্তৰ আৰু পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন আৰু যুৱ ভোটাৰ সন্মিলনখনত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

Email :19

ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত নতুন তথা যুৱ ভোটাৰৰ ভূমিকা আৰু দায়িত্ব, ভোটদানৰ মাহাত্ম্য আৰু গণতান্ত্ৰিক অধিকাৰ, প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক সচেতন কৰা আদি লক্ষ্যৰে ৰঙাচুকুৱা সামূহিক ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা; উত্তৰ নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত উত্তৰ আৰু পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন আৰু যুৱ ভোটাৰ সন্মিলনখনত আজি অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক গৰাকীয়ে নিজৰ বক্তব্য প্ৰকাশ কৰি কয় যে ভোটাৰসকলে নিজৰ অধিকাৰৰ সুব্যৱহাৰ কৰি দেশক প্ৰগতিৰ বাটেৰে আগুৱাই নিবলৈ এক অন্যতম ভূমিকা গ্ৰহণ কৰিব পাৰে। এই গুৰুত্বপূৰ্ণ সভাখনত বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts