Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অৰুণাচল প্ৰদেশ

১৮-২১ ডিচেম্বৰ ২০২৫ লৈ অৰুণাচলৰ ডাম্বুকত অনুষ্ঠিত হ’ব দ্য অৰেঞ্জ ফেষ্টিভেল।

Email :27

অৰুণাচলৰ নৈসৰ্গিক পৰিৱেশত অনুষ্ঠিত হোৱা দ্য অৰেঞ্জ ফেষ্টিভেল সংগীতানুৰাগী তথা দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পূৰ্বৰ দৰে এইবাৰো এই ফেষ্টিভেলৰ বাবে অৰুণাচললৈ ১৮-২১ ডিচেম্বৰ ২০২৫ লৈ পৰ্যটকৰ আগমণ বৃদ্ধি পাব। অমিত ত্ৰিবেদী, সুনিধি চৌহান, বেনি দয়াল, ৰফটাৰ আদিৰ সংগীতানুষ্ঠান মুখ্য আকৰ্ষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts