Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • খেল
  • বিশাখাপট্টনমত অনুষ্ঠিত তৃতীয় এদিনীয়াত জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ছিৰিজ দখল ভাৰতৰ।
খেল

বিশাখাপট্টনমত অনুষ্ঠিত তৃতীয় এদিনীয়াত জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ছিৰিজ দখল ভাৰতৰ।

Email :15

যোৱা ৬ ডিচেম্বৰ ২০২৫ ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে ৯ উইকেটত বিজয়ী হৈ ২-১ ৰ ব্যৱধানত শৃংখলাও দখল কৰিবলৈ সফল হয়। তৃতীয়খন খেলত যশস্বী জয়ছৱালে শতক অৰ্জন কৰাৰ লগতে কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণই ৪ টাকৈ উইকেট দখল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts