Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি ৪০৩ তম লাচিত দিৱস উপলক্ষে জামুগুৰিহাটৰ পকামূৰা পথাৰত অসম বুক অৱ ৰেকৰ্ডচ গঢ়াৰ উদেশ্যে উলিওৱা শোভাযাত্ৰাত দক্ষিণ নদুৱাৰ মণ্ডলৰ পৰা অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ প্ৰদান পদ্ম হাজৰিকাৰ।
অসম

আজি ৪০৩ তম লাচিত দিৱস উপলক্ষে জামুগুৰিহাটৰ পকামূৰা পথাৰত অসম বুক অৱ ৰেকৰ্ডচ গঢ়াৰ উদেশ্যে উলিওৱা শোভাযাত্ৰাত দক্ষিণ নদুৱাৰ মণ্ডলৰ পৰা অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ প্ৰদান পদ্ম হাজৰিকাৰ।

Email :13

যোৱা ২৪ নবেম্বৰ ২০২৫ তাৰিখে ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পকামূৰা পথাৰত লাচিত দিৱস উপলক্ষে অসম বুক অৱ ৰেকৰ্ডচ গঢ়াৰ উদেশ্যে উলিওৱা বিভিন্ন জনগোষ্ঠীৰ সৈতে ১,২০০ ৰো অধিক লোকৰ একে সাজ-পোছাক আৰু হেংদাঙসহ এই বৰ্ণিল সফল শোভাযাত্ৰাৰ দক্ষিণ নদুৱাৰ মণ্ডল পৰা অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰী যুব শক্তিক স্বীকৃতিৰ চিন ৰূপে প্ৰমাণপত্ৰ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts