Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ৫ ডিচেম্বৰত টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাৰ মাতৃ ছিমন টাটাৰ ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।
ভাৰত

৫ ডিচেম্বৰত টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাৰ মাতৃ ছিমন টাটাৰ ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।

Email :12

টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাৰ মাতৃ ছিমন টাটাৰ মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত মৃত্যু হয়। টাটা গ্ৰুপৰ এগৰাকী মুখপাত্ৰই জনাই যে, ভাৰতৰ আগশাৰীৰ কচমেটিক ব্ৰেণ্ড হিচাপে লেকমেৰ প্ৰসাৰত তেওঁৰ অৱদান তথা আৰু ৱেষ্টছাইড চেইনৰ সৈতে ফেশ্বন খুচুৰা বিক্ৰীৰ ভেটি স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক ভূমিকাক সদায় স্মৰণ কৰা হ’ব। ৬ ডিচেম্বৰত পুৱা কোলাবাৰ হলি নেম চাৰ্চৰ কেথেড্ৰেলত লেকমেৰ প্ৰতিষ্ঠাপকগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts