Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ ভাগৱত গীতাৰ ৰাছিয়ান সংস্কৰণ এটি উপহাৰ ৰূপে দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ভাৰত

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ ভাগৱত গীতাৰ ৰাছিয়ান সংস্কৰণ এটি উপহাৰ ৰূপে দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Email :22

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণক্ৰমে ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। দিল্লীৰ পালাম বিমানবন্দৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেখেতলৈ আগবঢ়াই ভাগৱত গীতাৰ ৰাছিয়ান ভাষাৰ এটি সংস্কৰণ। এই ভ্ৰমণকালত ১০ খনতকৈ অধিক আন্তঃচৰকাৰী চুক্তি আৰু ১৫ খনতকৈ অধিক বাণিজ্যিক বুজাবুজি চুক্তি স্বাক্ষৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts