Email :10
অৰুণাচলৰ শিল্পকলা, থলুৱা আচাৰ, চাহ আদিয়ে ২৬ সংখ্যক হৰ্ণবিল ফেষ্টিভেলত সমাদৃত হৈছে। ২০২২ চনত জিৰো ভেলীত প্ৰতিষ্ঠা হোৱা কে টি অৰ্গেনিক এণ্ড হেল্ থী ফ্ৰুটে কিউই, প্লাম, পীচ, আনাৰস আৰু বনৰীয়া আপেলৰ পৰা তৈয়াৰী জৈৱিক ফলৰ মিঠাই প্ৰদৰ্শন কৰে। অৰুণাচলৰ বস্ত্ৰশিল্পয়ো সকলোকে আকৰ্ষিত কৰা দেখা গৈছে।












