Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ শোণিতকোঁৱৰ গজেন বৰুৱা উচ্চ ইংৰাজী বিদ্যালয়ত উপষ্ঠিত হৈ পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন।
অসম

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ শোণিতকোঁৱৰ গজেন বৰুৱা উচ্চ ইংৰাজী বিদ্যালয়ত উপষ্ঠিত হৈ পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন।

Email :10

আজি পূৰ্বে অসম সৰ্বশিক্ষা অভিযান ৰূপে পৰিচিত যি অভিযানক সমগ্ৰ শিক্ষা অভিযান ৰূপে নতুনকৈ নামকৰণ কৰা হৈছে; তাৰ অধীনত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সফল ৰূপায়নৰ বাবে শোণিতকোঁৱৰ গজেন বৰুৱা উচ্চ ইংৰাজী বিদ্যালয়খনলৈ গৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিজ্ঞান তথা উচ্চ গণিত বিভাগৰ এটা পৰীক্ষাগাৰ গৃহ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উক্ত গৃহ নিৰ্মাণত ১৯ লাখ টকা ব্যয় কৰা হ’ব। এই পৰীক্ষাগাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে-লগে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত অধ্যয়নৰ এক আকৰ্ষণীয় অভিজ্ঞতা লাভ কৰিব বুলি বিধায়ক পদ্ম হাজৰিকাই আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts