Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
নাগালেণ্ড

১ ডিচেম্বৰৰ পৰা নাগালেণ্ডত ২৬ সংখ্যক হৰ্ণবিল মহোৎসৱ আৰম্ভ ।

Email :20

নগা জনজাতিৰ পৰম্পৰা, লোককথা, সংগীত, শিল্প আৰু ৰন্ধন প্ৰণালী আদি হৰ্ণবিল ফেষ্টিভেলৰ দ্বাৰা প্ৰচাৰ আৰু প্ৰসাৰৰ পদক্ষেপ লোৱা হয়। যুক্তৰাজ্য, আয়াৰলেণ্ড, ফ্ৰান্স, অষ্ট্ৰিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে আদি বিদেশী ৰাষ্ট্ৰৰ উপৰি অৰুণাচল প্ৰদেশে অংশগ্ৰহণ কৰিছে। এই ফেষ্টিভেল ১ ডিচেম্বৰৰ পৰা ১০ দিনৰ বাবে আয়োজন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts