Email :19
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্য আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সফলতাক শলাগ লোৱাৰ উপৰি নাগালেণ্ডৰ বাসিন্দাসকলক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। ১৯৬৩ চনৰ ১ ডিচেম্বৰত ৰাজ্য ৰূপে স্বীকৃতি পোৱা উক্ত ৰাজ্যখন বৈচিত্ৰময় পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে সকলোৰে মাজত জনপ্ৰিয়।













