Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অসম

ভাৰতীয় সংবিধানৰ বড়ো সংস্কৰণ মুকলি।

Email :24

যোৱা ২৬ নবেম্বৰত সংবিধান দিৱসৰ দিনা ভাৰতীয় সংবিধানৰ বড়ো সংস্কৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰা বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। এই পদক্ষেপে সাংবিধানিক মূল্যবোধ আৰু অধিক শক্তিশালী হোৱাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত শান্তি তথা প্ৰগতিৰ নতুন যুগৰ সূচনা হ’ব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts