Email :21
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ছ’চিয়েল মিডিয়া পোষ্টত এই উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰক অৰুণাচল প্ৰদেশৰ উদ্ভিদ গৱেষণাৰ ক্ষেত্ৰত এক “উল্লেখযোগ্য অধ্যায়” বুলি অভিহিত কৰে। তেখেতে লগতে উল্লেখ কৰে এই অগ্ৰগতিয়ে ৰাজ্যখনৰ পূব সীমান্তৰ বৈজ্ঞানিক সম্ভাৱনাক আৰু অধিক উজ্জ্বল কৰি তুলিছে।













