Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • ছিক্কিম
  • ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ ১৪ হাজাৰ ফুট উচ্চতাত আৰ্মী মাৰ্শ্বেল আৰ্টছ ৰুটিন (এএমআৰ)ৰ কঠোৰ অনুশীলন।
ছিক্কিম

ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ ১৪ হাজাৰ ফুট উচ্চতাত আৰ্মী মাৰ্শ্বেল আৰ্টছ ৰুটিন (এএমআৰ)ৰ কঠোৰ অনুশীলন।

Email :17

এই মাৰ্শ্বেল আৰ্টছ ৰুটিনৰ অনুশীলন শূণ্যৰ তলৰ উষ্ণতা, কম অক্সিজেন আৰু অতি ঠেক ভূখণ্ডত কৰিবলৈ ডিজাইন কৰা হৈছে। এই অনুশীলনৰ উদেশ্য গতানুগতিক অস্ত্ৰ-শস্ত্ৰ তাৎক্ষণিকভাৱে নাথাকিলেও শত্ৰুৰ মুখামুখি হ’বলৈ ভাৰতীয় সেনাক প্ৰস্তুত কৰা। ভাৰতীয় যুদ্ধ শৈলী আৰু সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠিত ক্ল’জ-কোৱাৰ্টাৰ যুদ্ধ কৌশলৰ সৈতে সংযুক্ত কৰা।খালী হাতৰ যুদ্ধ, অস্ত্ৰ ভিত্তিক সংঘৰ্ষ, মানসিক চাপ-প্ৰতিক্ৰিয়া ব্যৱস্থাপনা, আৰু ব্যাপক শাৰীৰিক আৰু মানসিক কণ্ডিচনিং আদি অনুশীলনৰ অংশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts