Email :18
সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ বিশেষ সফলতা। মাণ্ডোভী ব্ৰীজৰ পৰা জোভাৰী ব্ৰীজলৈ ৬৪ কিঃ মিঃ সাঁতোৰ সম্পূৰ্ণ প্ৰথমজন অসমীয়া হোৱাৰ কৃতিত্ব অৰ্জন। এই সফলতা তেখেতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰিছে৷ তেখেতে গোৱা আৰক্ষীলৈ এই প্ৰয়াস সফল কৰি তুলিবলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।













