Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
অসম

আজি সমগ্ৰ অসমত লাচিত দিৱস পালনৰ প্ৰস্তুতি।

Email :22

আজি অসমৰ পৰাক্ৰমী যোদ্ধা লাচিত বৰফুকনৰ ৪০৩ তম জন্ম জয়ন্তী। শৰাইঘাটৰ তেখেতৰ ৰণকৌশলৰ বাবে শক্তিশালী মোগল সেনা পৰাজিত হৈছিল। অসমৰ ভৌগোলিক অৱস্থানৰ বিশ্লেষণ কৰি লাচিত বৰফুকনে মোগলক পৰাজিত কৰিবলৈ ৰণ-নীতি তৈয়াৰ কৰিছিল। মোগলৰ পৰিকল্পনা বিফল কৰিবলৈ তেখেতে এৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰি দেশপ্ৰেম আৰু কৰ্তব্যনিষ্ঠাৰ প্ৰমাণ দাঙি ধৰিছিল। শাৰীৰিক অসুস্থতাকো নেওচি মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনে অসমৰ সুৰক্ষাৰ স্বাৰ্থত যুঁজ দিছিল। লাচিত বৰফুকনৰ বীৰত্ব সমগ্ৰ ভাৰতবাসীৰ বাবে প্ৰেৰণাস্ৰোত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts