Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • কন্যকা
  • কন্যকাৰ উদ্যোগত আৰু নদুৱাৰবাসী ৰাইজৰ সহযোগত লাচিত দিৱস উপলক্ষে অসম ৰেকৰ্ডচ গঢ়াৰ লক্ষ্যৰে হ’বলগীয়া কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভত আয়োজিত পৰ্যালোচনা সভাত পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।
কন্যকা

কন্যকাৰ উদ্যোগত আৰু নদুৱাৰবাসী ৰাইজৰ সহযোগত লাচিত দিৱস উপলক্ষে অসম ৰেকৰ্ডচ গঢ়াৰ লক্ষ্যৰে হ’বলগীয়া কাৰ্যসূচীৰ প্ৰস্তুতিৰ সন্দৰ্ভত আয়োজিত পৰ্যালোচনা সভাত পদ্ম হাজৰিকাৰ অংশগ্ৰহণ।

Email :21

নদুৱাৰবাসী ৰাইজৰ আন্তৰিক সহযোগত কন্যকাৰ উদ্যোগত অহা ২৪ নবেম্বৰ ২০২৫ তাৰিখে মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ তম জন্ম জয়ন্তী যাউতিযুগীয়া কৰি তোলাৰ লক্ষ্যৰে তেখেতৰ সোঁৱৰণত বৰ অসমৰ ভেটি সুদৃঢ় কৰাৰ সপোন দুচকুত বান্ধি জাতি, ধৰ্মক একত্ৰিত কৰি অপূৰ্ব সমন্বয় প্ৰতিফলিত কৰা এক বৰ্ণিল শোভাযাত্ৰা য’ত থাকিব ১২০০ ৰো অধিক হেংদাঙলৈ পৰম্পৰাগত সাজ-পোছাকেৰে অসম বুক অৱ ৰেকৰ্ডচ গঢ়াৰ অভিনৱ প্ৰয়াস কৰা হ’ব। আগন্তুক কাৰ্যসূচী শৃংখলাবদ্ধভাৱে সম্পন্ন কৰিবলৈ চলি থকা প্ৰস্তুতি সন্দৰ্ভত আজি কন্যকা মাৰ্কেটিং ছ’চাইটিৰ সভাকক্ষত আয়োজিত পৰ্যালোচনা সভাখনত উপস্থিত থাকি বিভিন্ন কথা মতবিনিময় কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts