Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৯ নবেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পীনাৰ অনিল কুম্বলে।
অসম

১৯ নবেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পীনাৰ অনিল কুম্বলে।

Email :20

নিজৰ পত্নীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি আনন্দিত অনুভৱ কৰে অনিল কুম্বলেই। ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণী তথা পৰিচালনাৰ ক্ৰিকেটাৰগৰাকীয়ে শলাগ লয়। তেখেতে অসমৰ দুই উদীয়মান ক্ৰিকেট প্ৰতিভা উমা চেত্ৰী আৰু ৰিয়ান পৰাগৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts