Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত আয়োজিত ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

১৮ নবেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত আয়োজিত ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :19

জনতাৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰিবলৈ ৰাজ্যজুৰি বিজেপি দলে আয়োজন কৰা ৰক্তদান শিবিৰৰ অংশ ৰূপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া প্ৰকল্পত আয়োজিত ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰে। বিধায়কগৰাকীয়ে লগতে কয় যে আমি সকলোৱে জুবিন গাৰ্গক আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব লগতে জনতাৰ শিল্পীগৰাকীক ন্যায়লয়ে ন্যায় প্ৰদান কৰক তাকেই কামনা কৰিছোঁ ৷ নদুৱাৰ সমষ্টিৰ শতাধিক যুৱকে ৰক্তদান কৰি শিল্পীগৰাকীৰ স্মৃতি জীয়াই ৰখাৰ সংকল্প গ্ৰহণ কৰাটো সমাজৰ বাবে এক শুভ ইংগিত বুলিও তেখেতে স্বীকাৰ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts