Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিটিছ সংগ্ৰাহলয়ৰ পৰা অসমলৈ বৃন্দাবনী বস্ত্ৰখনি প্ৰদৰ্শনৰ বাবে আনিবলৈ বুজা-বুজি চুক্তিত স্বাক্ষৰৰ প্ৰস্তুতি।
অসম

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিটিছ সংগ্ৰাহলয়ৰ পৰা অসমলৈ বৃন্দাবনী বস্ত্ৰখনি প্ৰদৰ্শনৰ বাবে আনিবলৈ বুজা-বুজি চুক্তিত স্বাক্ষৰৰ প্ৰস্তুতি।

Email :22

অসম আৰু অসমীয়াৰ আবেগ জড়িত হৈ থকা বৃন্দাবনী বস্ত্ৰখনি ব্ৰিটিছ সংগ্ৰাহলয়ত সংৰক্ষিত হৈ আছে। এই পৱিত্ৰ বস্ত্ৰখনি অসমলৈ আনি ৰাইজৰ বাবে প্ৰদৰ্শনৰ সু-ব্যৱস্থা কৰাৰ এক বহুদিনীয়া পৰিকল্পনাৰ অংশ ৰূপে লণ্ডনলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰা অনুসৰি বৃন্দাবনী বস্ত্ৰখনি ৰাজ্যত প্ৰদৰ্শনৰ সু-ব্যৱস্থা কৰিবলৈ অনাৰ বাবে ব্ৰিটিছ সংগ্ৰাহলয়ৰ সৈতে এক বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। শংকৰদেৱৰ কালজয়ী সৃষ্টিৰ নিদৰ্শন বৃন্দাবনী বস্ত্ৰখনি অসমবাসীয়ে চোৱাৰ সৌভাগ্য যাতে অচিৰেই লাভ কৰে তাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts