Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • শ্ৰীমন্ত শংৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক বার্ষিক অধিৱেশন পৱিত্ৰ লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

শ্ৰীমন্ত শংৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক বার্ষিক অধিৱেশন পৱিত্ৰ লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :20

শ্ৰীমন্ত শংৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক বার্ষিক অধিৱেশন পৱিত্ৰ লাইখুঁটা স্থাপন আৰু মুকলি সভাখন জামুগুৰিহাটৰ ধলাইবিলৰ নাহৰবাৰী পথাৰৰ গণ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী মঞ্চ, জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত আজি অনুষ্ঠিত হয়।এই মুকলি সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াদেৱে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে উপ-পদাধিকাৰ চন্দ্ৰ হাজৰিকা, উপদেষ্টা চক্ৰধৰ সোনোৱাল, সংস্কৃতি আৰু গৱেষণা শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তথা ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰা কন্ঠশিল্পী বিদ্যাসাগৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ৰজনী কান্ত দত্তকে প্ৰমুখ্য কৰি হাজাৰ-হাজাৰ ভক্তপ্ৰাণ ৰাইজ, আই-মাতৃ, তথা যুৱক-যুৱতীসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts