Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ১৫০ বছৰীয়া জন্ম জয়ন্তীত বীৰ বীৰছা মুণ্ডাক শ্ৰদ্ধা নিবেদন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।
অসম

১৫০ বছৰীয়া জন্ম জয়ন্তীত বীৰ বীৰছা মুণ্ডাক শ্ৰদ্ধা নিবেদন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ।

Email :20

সমগ্ৰ দেশবাসীয়ে আজি বীৰছা মুণ্ডাক বীৰজনৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত স্মৰণ কৰিছে। নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খ্ৰীষ্টানবস্তী মংগলবৰীয়া খেলপথাৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ নদুৱাৰ ও উত্তৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সৌজন্যত সমুহ প্ৰাথমিক গোট আৰু ৰাইজৰ সহযোগতো ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি বীৰছা মুণ্ডাক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। বীৰছা মুণ্ডাৰ দেশপ্ৰেম আৰু বীৰত্ব সকলোৰে বাবে অনুপ্ৰেৰণা বুলি বিধায়কগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts