Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • গুৱাহাটী
  • যোৱা ১৪ নবেম্বৰত জ্ঞানপীঠ বঁটা বিজয়ী ড° ইন্দিৰা (মামণি ৰয়ছম) গোস্বামীৰ ৮৩ সংখ্যক জন্ম বাৰ্ষিকী উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত পালন।
গুৱাহাটী

যোৱা ১৪ নবেম্বৰত জ্ঞানপীঠ বঁটা বিজয়ী ড° ইন্দিৰা (মামণি ৰয়ছম) গোস্বামীৰ ৮৩ সংখ্যক জন্ম বাৰ্ষিকী উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত পালন।

Email :18

ড° গোস্বামীয়ে তেওঁৰ জীৱনকালত স্থাপন কৰা দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ উদ্যোগত এই প্ৰয়াত সাহিত্যিকগৰাকীক জন্ম বাৰ্ষিকী উপলক্ষ্যে স্মৰণ কৰা হয়। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই মুখ্য অতিথি হিচাপে এই সভাত উপস্থিত থাকে। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° প্ৰদীপ জ্যোতি মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। লেফটেনেণ্ট জেনেৰেল কলিতাই ড° গোস্বামীৰ ৰচনাৰাজিৰ সমসাময়িক সমাজত যি চিৰস্থায়ী প্ৰাসংগিকতা আছে সেই সন্দৰ্ভত নিজৰ ভাষণত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts