Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • আজি ঘোষণা হোৱা বিহাৰৰ নিৰ্বাচনৰ ফলাফলত এন ডি এৰ বৃহৎ জয়।
ভাৰত

আজি ঘোষণা হোৱা বিহাৰৰ নিৰ্বাচনৰ ফলাফলত এন ডি এৰ বৃহৎ জয়।

Email :18

আজি বিহাৰত ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলত এন ডি এৰ মিত্ৰজোঁটে ২০০ ৰো অধিক আসন লাভ কৰিবলৈ সফল হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিজয়ক তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে এক সাফল্য বুলি অভিহিত কৰে। তেখেতে নিজৰ বক্তব্যত এই কথাও প্ৰকাশ কৰে যে বিহাৰৰ জনসাধাৰণে বিকশিত বিহাৰৰ পক্ষত ভোটদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts