Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি উত্তৰ জামুগুৰি চিকিৎসালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।
অসম

আজি উত্তৰ জামুগুৰি চিকিৎসালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

Email :21

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ জামুগুৰি চিকিৎসালয়ত চাৰিদুৱাৰ আৰু উত্তৰ জামুগুৰি চিকিৎসালয়ৰ সহযোগত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই উপলক্ষে বিধায়কগৰাকীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চিকিৎসালয়খনলৈ নিজাববীয়াকৈ ৩০ হাজাৰ টকাৰ অনুদান প্ৰদান কৰে । এই কাৰ্য্যসূচীত নদুৱাৰ সম জিলাৰ আয়ুক্ত মানস শইকীয়া, চাৰিদুৱাৰ আৰু উত্তৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া সকলকে আদি কৰি ৰোগী আৰু বহুকেইজন গণ্য-মান্য লোক উপস্থিত থাকে। যক্ষ্মা ৰোগ নিৰ্মূল কৰি অসম তথা ভাৰতত স্বাস্থ্য সচেতনতা বৃদ্ধি কৰা ইয়াৰ মূল উদ্দেশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts