Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ১৪ নবেম্বৰ ২০২৫ ত বিহাৰৰ ২৪৩ টা বিধানসভা সমষ্টিত ভোট গণনা।
ভাৰত

১৪ নবেম্বৰ ২০২৫ ত বিহাৰৰ ২৪৩ টা বিধানসভা সমষ্টিত ভোট গণনা।

Email :23

আজি পুৱা ৮ বজাৰ পৰা ডাক বেলটৰ আৰু ইভিএমৰ গণনা ৮ বাজি ৩০ মিনিটত আৰম্ভ হ’ব। উল্লেখযোগ্য তথ্য হৈছে ১৯৫১ চনৰ পিছত ৰাজ্যখনত এইবাৰ ভোটদানৰ হাৰ সৰ্বাধিক। ২৪৩ জন গণনা পৰ্যবেক্ষকৰ উপস্থিতিত ২৪৩ জন ৰিটাৰ্নিং অফিচাৰে আজি এই গণনা সম্পন্ন কৰিব। ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভোটদানৰ হাৰ প্ৰথম পৰ্যায়ত ৬৫.০৮% আৰু দ্বিতীয় পৰ্যায়ত ৬৮.৭৬% আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts