Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • ১০ নবেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ ওচৰত এখন গাড়ীত বিস্ফোৰণ ।
ভাৰত

১০ নবেম্বৰৰ সন্ধিয়া দিল্লীৰ লালকিল্লাৰ ওচৰত এখন গাড়ীত বিস্ফোৰণ ।

Email :18

১০ নবেম্বৰত দিল্লীৰ লালকিল্লাৰ ওচৰত হোৱা বিস্ফোৰণত এতিয়ালৈকে অতি কমেও ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়ায পৰা প্ৰাপ্ত তথ্য অনুসৰি, লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ ১ নম্বৰ গেটৰ ওচৰত ৰখাই থোৱা এখন গাড়ীত তীব্ৰ বিস্ফোৰণ হৈছিল। এই বিস্ফোৰণত কেইবাখনো গাড়ী অগ্নিদগ্ধ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts