Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তিহাৰ বিদায় উৎসৱত অংশগ্ৰহণ।
অসম

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তিহাৰ বিদায় উৎসৱত অংশগ্ৰহণ।

Email :20

গোৰ্খা সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ তিহাৰৰ শেষত উদযাপিত এক বিশেষ কাৰ্যসূচী হৈছে তিহাৰ বিদায়। আজি চিৰবন্দি সাংস্কৃতিক সংঘ আৰু দলাপানি গাঁওৰ উদ্যোগত দলাপানি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা “তিহাৰ বিদায় সন্মিলনত” উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। এই বিশেষ কাৰ্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, চতিয়া পৌৰপতি দীপশিখা সন্দিকৈ, নাগশংকৰ মণ্ডলৰ সভাপতি জীৱন বৰা, বিশিষ্ট কবি সাহিত্যক তথা শিক্ষক অঞ্জন বাচকোতাৰ লগতে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দেৱীয়ে অংশগ্ৰহণ কৰে। গোৰ্খা সম্প্ৰদায়ৰ ভাই-ভনীসকলৰ সৈতে আমাৰ যি এক আত্মিক সম্পৰ্ক আছে সেয়া সময়ৰ গতিত অধিক শক্তিশালী হ’ব বুলি আশা কৰে বিধায়কগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts