Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • ৩০ অক্টোবৰ ২০২৫ ত অসমৰ প্ৰবীণ গায়ক, গীতিকাৰ, সুৰকাৰ, তথা প্ৰাক্তন ৰেডিঅ’ ঘোষক চৈয়দ ছাদুল্লাৰ পৰলোকপ্ৰাপ্তি।
অসম

৩০ অক্টোবৰ ২০২৫ ত অসমৰ প্ৰবীণ গায়ক, গীতিকাৰ, সুৰকাৰ, তথা প্ৰাক্তন ৰেডিঅ’ ঘোষক চৈয়দ ছাদুল্লাৰ পৰলোকপ্ৰাপ্তি।

Email :20

১৯৪৮ চনৰ ১ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাত চৈয়দ সাদুল্লাৰ জন্ম হৈছিল। ডিব্ৰুগড়ৰ অল ইণ্ডিয়া ৰেডিঅ’ত উপস্থাপক ৰূপে তেখেতে সমাদৃত হৈছিল। অসমৰ সংগীত জগতখনলৈ শিল্পীগৰাকীৰ অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে তেখেতলৈ সন্মানীয় এচিভাৰ মিউজিক বঁটা আগবঢ়াইছিল। গৌহাটী মেডিকেল কলেজ এণ্ড হস্পিতালত ক্ৰনিক লিম্ফোচাইটিক লিউকেমিত আক্ৰান্ত হোৱা বাবে তেখেতৰ চিকিৎসা চলি আছিল যদিও তেখেতে আজি অৱশেষত জীৱন যুঁজত হাৰ মানে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts