Email :22
নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত আজি হ’বলগীয়া মহিলা এদিনীয়া বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল খেল; ৭ বাৰৰ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ হ’ব। ভাৰতে এতিয়ালৈ দুবাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনত বৰষুণে বিঘিনিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। দূপৰীয়া ৩ বজাত খেল আৰম্ভ হ’ব।













