১৯৫১ চনৰ ২৫ জুনত সতীশ শ্বাহে জন্ম গ্ৰহণ কৰিছিল। “ জানে ভি দো ইয়াৰো”, “ মালামাল”, “ হিৰো হীৰালাল ”, “ মই হু না ” আৰু “কাল হো না হো ” আদিৰ অভিনেতা হিচাপে তেখেত নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছিল। শ্বাহৰুখ খানৰ “কভি হান কভি না ”, “ দিলৱালে দুলহনিয়া লে জায়েংগে ”, “কল হো না হো ”, “ওম শান্তি ওম ” আৰু আমিৰ খানৰ “ ফানা ” তথা “আকেলে হম আকেলে তুম ” আদিত অভিনয়ৰ বাবে প্ৰশংসিত হোৱা অভিনেতা জনৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৪ বছৰ।













