Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ অধীনত ৩৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত হ’বলগা দুটা শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ অধীনত ৩৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত হ’বলগা দুটা শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :32

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আধাৰশিলা স্থাপন কৰাৰ লগতে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰে আৰু সেইবোৰৰ শীঘ্ৰেই সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। লগতে পাঁচ মাইল অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যালয়লৈ অহা যোৱা কৰা পথটি অনতিপলমে মেৰামতিৰ কাম আৰম্ভ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আজিৰ সভাত উপস্থিত থাকে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে পঞ্চায়তৰ প্ৰতিনিধিসকল তথা বহুকেইজন গণ্য-মান্য লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts